News

  • Photo of Recognising Indigenous people

    Recognising Indigenous people

    The indigenous peoples of northeast are those who are the original inhabitant of the state since ancient times. Every person…

    Read More »
  • Photo of শৌচালয়ত ১৫ মিনিটৰ বেছি থাকিলেই বাজি উঠিব ঘণ্টা!

    শৌচালয়ত ১৫ মিনিটৰ বেছি থাকিলেই বাজি উঠিব ঘণ্টা!

    চাংহাই, ২৮ অক্টোবৰঃ শৌচালয়ত বহি মনৰ সুখত কিতাপ পঢ়া, আলোচনী পঢ়াৰ দিন শেষ ! কামত ফাকি দি বাতৰিকাকত, আলোচনীৰ পৃষ্ঠা…

    Read More »
  • Photo of অসমত পৰিৱেশ পৰ্যটনৰ সম্ভাৱনা

    অসমত পৰিৱেশ পৰ্যটনৰ সম্ভাৱনা

    সাম্প্ৰতিক বিশ্বত পৰ্যটন উদ্যোগটোৱে ব্যাপকভাৱে প্ৰসাৰতা লাভ কৰিছে। এইক্ষেত্ৰত আমাৰ দেশ ভাৰতবৰ্ষও পিছপৰি ৰোৱা নাই। বিভিন্ন কাৰণৰ বশৱৰ্তী হৈ এজন…

    Read More »
  • Photo of “ভিয়েটনাম” – এক কৰুণ অথচ গৌৰৱোজ্জল বিপ্লৱৰ গাঁথা

    “ভিয়েটনাম” – এক কৰুণ অথচ গৌৰৱোজ্জল বিপ্লৱৰ গাঁথা

    আমেৰিকাৰ আত্মাক আলোড়িত কৰা এক দেশৰ নাম ভিয়েটনাম । ভিয়েটনাম এক কৰুণ অথচ গৌৰৱোজ্জল বিপ্লৱৰ গাঁথা ৷ এই ভিয়েটনামৰ চৰকাৰী…

    Read More »
  • Photo of একবিংশ শতিকাৰ প্রথম স্বাধীন দেশ – পূৱ তিমোৰ

    একবিংশ শতিকাৰ প্রথম স্বাধীন দেশ – পূৱ তিমোৰ

    পূৱ তিমোৰ দক্ষিণ-পূৱ এছিয়াৰ এখন স্বাধীন-সার্বভৌম ৰাষ্ট্র । ইয়াৰ পূৰ্বৰ নাম ডেমক্রেটিক ৰিপাব্লিক অব তিমোৰ-ইস্ট। পূৱ তিমোৰ তিমোৰ দ্বীপৰ পূৱ…

    Read More »
  • Photo of জোনবিল মেলা

    জোনবিল মেলা

    প্ৰচলিত কেতবোৰ সামাজিক উৎসৱ-পাৰ্বনে আৰু এইসমূহৰ সৈতে সংগতি ৰাখি পৰম্পৰাগতভাৱে অনুষ্ঠিত কৰি অহা বিভিন্ন মেলাসমূহে জনসমাজৰ মাজত ঐক্য, সংহতি আৰু…

    Read More »
  • Photo of Burial & Cremation FUND for NE poor people in Delhi & NCR

    Burial & Cremation FUND for NE poor people in Delhi & NCR

    Regularly many NE poor employees in unorganised private sectors die due to diseases, suicides etc in Delhi, on my persistence …

    Read More »
  • Photo of FIR against Manipur dissident leaders

    FIR against Manipur dissident leaders

    [ The duo, who claimed to represent titular king Leishemba Sanajaoba, had announced the launch of ‘Manipur State Council’ in…

    Read More »
  • Photo of কাটালোনিয়াৰ “স্বাধীনতা”

    কাটালোনিয়াৰ “স্বাধীনতা”

    শোষিত, বঞ্চিত, নিপীড়িত, লাঞ্চিত প্ৰান্তীয় জাতি এটাই ইস্পিত লক্ষ্যৰ বাবে সৰ্বস্ব ত্যাগ কৰিব পাৰে । তাৰেই এক নিদৰ্শন কাটালোনিয়া (Catalonia)…

    Read More »
  • Photo of গ্ৰীণলেণ্ডৰ হিমবাহে প্ৰচণ্ড ধুলিৰ ধুমুহাৰ সৃষ্টি কৰিছে

    গ্ৰীণলেণ্ডৰ হিমবাহে প্ৰচণ্ড ধুলিৰ ধুমুহাৰ সৃষ্টি কৰিছে

    যদি আপুনি গ্ৰীণলেণ্ডত আছে আৰু আশ্চৰ্যজনক ডাৱৰে আকাশখন ক’লা কৰিছে, বিজ্ঞানী সকলৰ মতে সেই ডাৱৰ হ’ব পাৰে হিমবাহৰ  ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰ দ্বাৰা গঠিত। নাছাৰ মতে গৱেষকসকলে গ্ৰীণলেণ্ডৰ হিমবাহ কণিকা ধুমুহাৰ বিষয়ে বহুত দিন ধৰি লিখি আছে আৰু অনুমান কৰি আছে। কিন্তু যোৱা চেপ্তেম্বৰতহে পৰ্যেবক্ষক সকলে এনেকুৱা এটা বৃহৎ ব্যাপি ছয়াঁময়া ধুলিৰ গঠন আৰু ই সূদূৰ উত্তৰাঞ্চলৰ ইট্ট’ক্ক’ৰ্টমীট (Ittoqqortoormiit) নামৰ গাওঁখনৰ দূৰৰ উত্তৰ-পশ্চিমৰ 80 মাইল (130 কিলোমিটাৰ) ধুলিৰ কণিকাৰ প্ৰকাণ্ড গঠন এটা দেখা পাইছিল। নাছাই প্ৰতিবেদনত প্ৰকাশ কৰে যে, হিমবাহে নদীৰ শিলেবাৰ চূৰ্ণ-বিচূৰ্ণ কৰোতে সুক্ষ্ম সুক্ষ্ম ধুলিৰ সৃষ্টি কৰে। যেতিয়া উপগ্ৰহে হঠাতে সৰু কুঁৱলীৰে পূৰ্ণ ধুলিৰ কুঁৱলী এটা চিনাক্ত কৰিছিল, সেইটোৱেই আছিল সেইসময়লৈকে সৃষ্টি হোৱা হিমবাহ কণিকাৰ আটাইতকৈ বৃহৎ ধুমুহা।       আমেৰিকাৰ  লাউব্ৰাগ বিশ্ববিদ্যালয়ৰ (Loughborough University) ভৌতিক ভূগোলৰ (Physical Geography) ৰ অধ্যাপক জ’ন্না বুল্লাৰ্ড (Joanna Bullard)  য়ে কয়, ইয়াৰ আগতে আমি কেইটামান উদাহৰণ দেখিছিলো, কিন্তু সেইেবাৰ সঁচাকৈয়ে উপগ্ৰহৰ দ্বাৰা চিনাক্ত কৰা টান, কাৰণ ডাৱৰে ঢাকি ৰাখে।” নাছাৰ উক্তিত কয়, “যেতিয়া ধূলিৰ সৃষ্টি হয় আইচলেণ্ড আৰু পশ্চিম গ্ৰীণলেণ্ড ক্ষেত্ৰীয় তথ্যই (field data) ইংগিত বহন কৰে যে সিহঁত খুব Îবছি দুদিনলৈহে বৰ্তি থাকিব পাৰে।”     সাধাৰণতে, গ্ৰীষ্মৰ বানৰ দ্বাৰা প্ৰভাম্বিত ভূমিয়ে শেহতীয়া চেপ্তেম্বৰৰ শীতল বতৰৰ দ্বাৰা শুষ্ক হ’লে, উত্তৰীয় হিমানী নদীৰ পৰা দক্ষিণলৈ কঢ়িওৱা গেদৰ বৃহৎ মজুতকৰণৰ ফলত হিমবাহৰ কুঁৱলী গঠন হয়। নাছাৰ উপগ্ৰহৰ পৰা দেখা গৈছে যে বান প্ৰভাম্বিত ভূমি শুকাই যোৱাৰ লগে লগে ছাইবৰণীয়াৰ পৰা ছাইবৰণীয়া হৈ যায়। 2018 চনৰ 29 চেপ্তেম্বৰত যেতিয়া প্ৰৱল বতাহ সেই ঠাইৰ মাজেৰে পাৰ হৈ গৈছিল, তেতিয়াই এই উল্লেখিত হিমবাহ ঘূৰ্ণীটোৰ সৃষ্টি হৈছিল।

    Read More »
Back to top button
error: Content is copy right protected !!
Close
Close