ৰিজাৰেক্সন

লিপিকা_দাস

বিদায় পৰত সুধিছিলোঁ সৰাপাতখিলাক,
বিদায়পৰৰ তোমাৰ অনুভৱ কি?
মূলৰ পৰা যে আঁতৰি যাবলৈ লৈছা..!!
পাতখিলাই কৈছিল,
বিদায় যে ক্ষন্তেকীয়া,
আকৌ আহিম নতুন সাজত
নতুন ৰূপত,
ধৰাতেই যে মোৰ জীৱন,
ধৰাতেই মোৰ মৰণ ।।

Related Articles

error: Content is copy right protected !!
Close