অসমৰ বুৰঞ্জী-(৫)

এই কথা পৰিষ্কাৰ যে বুৰঞ্জীৰ পৰিধি খুব বিশাল। বিভিন্ন সময়ৰ বিভিন্ন লেখক – যেনে কোনোবা ৰাজপুৰুষ, কোনোবা প্ৰধান অমাত্য বা ৰাজদূত, বেছিভাগ সম্ভৱতঃ পেশাদাৰী লিপিকাৰ, যিসকলে ৰজাৰ আজ্ঞানুসাৰে মহাফেজখানাত বিশেষভাৱে প্ৰৱেশৰ অধিকাৰ পাইছিল। বুৰঞ্জী আচলতে বাৰু কিমান ঐতিহাসিক? স্ব-জাতীয়তাবোধৰ পৰা কিছু কিছু অংশ আধুনিক যুগলৈ প্ৰক্ষিপ্ত বা প্ৰৱিষ্ট কৰোৱা হৈছে নেকি? তথ্যৰ ব্যপক গোলমাল বা … Continue reading অসমৰ বুৰঞ্জী-(৫)